Friday, 23 August 2019

মন জায়

"মন জায় তোৰ শুকান চুলিত মাথা গুজি দিবাৰ,
তোৰ চুলিৰ আগাল দিয়া সুৰ সুৰি পাবাৰ।" - এইগ্‌লা মাত্ৰ বাহানা হে,
মন জায় তোক ভাল পাবাৰ।

"মন জায় তোক একবাৰ লাৰিৰ,
নাই দুৰত্বত তোক একবাৰ দেখিৰ।" -এইগ্‌লা মাত্ৰ বাহানা হে,
মনজায় তোক আদৰ কৰিৰ।

"মন জায় তোক ওচৰত পাবাৰ,
মন জায় তোৰ ছুৱা খাবাৰ।"-এইগ্‌লা স‌উগ বাহানা হে,
মোৰ আশা তোক সাব্‌টে ৰাখাৰ।

2 comments:

সাউদৰ পুতেক

সাউদৰ পুতেক ঐ  নাওলৈ উজায় গৈ কোননো ঘাটতে যায় তাৰেনো ঘাটৰে সদাগৰ জিয়ৰীক বৰকৈ মনেনো খায়। ভটিয়াব নোৱাৰে, কেনেকৈ অকলে, অনুভৱ ক'তেবা হেৰ...