তোক একদিন মুই আপোন কৰিম
অইদিন তোৰ উদাং পিঠিত কবিতাৰ হাইল্চা গাঁথিম
যেদিন মোৰ কবিতাৰ ছন্দত নাচিব তোৰ মন
ছলচাতুৰি কবিতা দিয়া তোক পাগ্লা কৰিম।
হয়তো অইদিন এমুন হ'ব
সুখ তোৰ কবিতাত আবদ্ধ
দুখ (?), ভাবিৰ তোৰ আস্সানে নাহ'ব
এমুন কৰিয়ে তোক পাগ্লা কৰিম
খালি মোৰ কবিতায় নাহয়,
অইদিন মোকো তোৰ খুউব ভাল লাগ্বো।
একদিন তোক মুই আপোন কৰিম
হয়তো যেদিন মুই কবিতা দিয়া তোৰ মন কাঢ়িনিম,
হয়তো বাস্তবতায় তোক সউগ্ ভুলিয়া দিব
তাও তোৰ মনত মোৰ কবিতায় বাজিব।
No comments:
Post a Comment