সময়বোৰ অভিমানী হ'ল,
জীৱন চাকনৈয়াত বুৰ গল।
আৰু আশাবোৰ ?
[জানো(?) প্ৰতিপল মনেই আশাবাদী
কিবা পোৱাৰ,
কিছুমানে বাস্তবতাৰ মুখ দেখে,
কিছুমান হেৰাই যায়,
সময়, সামৰ্থ, যোগ্যতাৰ আন্দোলনত।]
সাউদৰ পুতেক ঐ নাওলৈ উজায় গৈ কোননো ঘাটতে যায় তাৰেনো ঘাটৰে সদাগৰ জিয়ৰীক বৰকৈ মনেনো খায়। ভটিয়াব নোৱাৰে, কেনেকৈ অকলে, অনুভৱ ক'তেবা হেৰ...
No comments:
Post a Comment