Friday, 30 August 2019

আকাংক্ষা

তুমি ভালপোৱাৰ চাকিগছি জ্বলাই দিয়া,
ম‌ই শলিতাডাল সতেজ ৰাখিম,
অন্তহীন মৰমেৰে।

কেতিয়াবা বতাহ আহিলে
জুইশিখা আৱৰি ৰাখিবা,
ছলনাৰে কাষ চাপি আহিবা,
মৰম আকৌ বাঢ়িব
চাকিগছি হয়তো উজ্জ্বল হ'ব।

No comments:

Post a Comment

সাউদৰ পুতেক

সাউদৰ পুতেক ঐ  নাওলৈ উজায় গৈ কোননো ঘাটতে যায় তাৰেনো ঘাটৰে সদাগৰ জিয়ৰীক বৰকৈ মনেনো খায়। ভটিয়াব নোৱাৰে, কেনেকৈ অকলে, অনুভৱ ক'তেবা হেৰ...